ৰাজ্যৰ ৩৫খন চাহ বাগিচাই ঘোষণা কৰা নাই পূজাৰ ব’নাচ
উপ-নিৰ্বাচনৰ বাবে নগাঁও-মৰিগাঁৱৰ ৯ খন বাগিচাই ঘোষণা কৰা নাই ব’নাচ
পূজাৰ ব’নাচ দিবলৈ বাগিচাৰ মালিকক আহ্বান জনাব শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে
চাহ বাগিচাৰ মালিকসকললৈ পত্র লিখিব বুলি জনালে মন্ত্রী তেলীয়ে
