মা মোক বুকুত গুৰিয়াইছে, মোক মাৰিছে মা মই উশাহ ল’বলৈ টান পাইছো
নিশা ২ বজাত মাতৃলৈ ফোন কৰি বন্ধুৱে অত্যাচাৰ কৰাৰ কথা জনাইছিল নিমিষা ঠাকুৰীয়াই
তাৰ পাছতে ছুইটছ অফ হৈ পৰিছিল যুৱতীগৰাকীৰ মোবাইল
গুৱাহাটী মহানগৰীৰ গড়লত চাঞ্চল্যকৰ ঘটনা