গেৰুৱা গাওঁ পঞ্চায়তৰ গেৰুৱা তিনিআলিত অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী শ্ৰদ্ধাৰ ডা: নোমল মুমিন সহিতে নগাওঁ লোকসভা বিজেপি দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা  হৈ নিৰ্বাচনী সভা কৰোঁ।আমাক সংগ দিয়ে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি পাৰভেজ মেহেদী ,ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত ঋষভ চিপানী  মৰ্চাৰ ৰাজ্যিক সদস্য শ্ৰীযুত মুস্তফা মোদী ডাঙৰীয়াৰ লগতে জিলাৰ আৰু মণ্ডলৰ নেতৃবৃন্দ।

গেৰুৱা গাওঁ পঞ্চায়তৰ গেৰুৱা তিনিআলিত অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী শ্ৰদ্ধাৰ ডা: নোমল মুমিন সহিতে নগাওঁ লোকসভা বিজেপি দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা  হৈ নিৰ্বাচনী সভা কৰোঁ।আমাক সংগ দিয়ে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি পাৰভেজ মেহেদী ,ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত ঋষভ চিপানী  মৰ্চাৰ ৰাজ্যিক সদস্য শ্ৰীযুত মুস্তফা মোদী লগতে জিলাৰ আৰু মণ্ডলৰ নেতৃবৃন্দ।

 

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register