গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অভিযান

Oplus_131072

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অভিযান

প্রাক্তন আলফা কেডাৰ পলাশ জ্যোতি বৰুৱাৰ ঘৰৰ পৰা জব্দ বৃহৎ অস্ত্রভাণ্ডাৰ

প্রাক্তন আলফা কেডাৰৰ ঘৰত উদ্ধাৰ ৪টা পিষ্টল, সঁজীৱ গুলীসহ বিভিন্ন আপত্তিজনক নথি পলাতক পলাশ জ্যোতিক বিচাৰি অব্যাহত আৰক্ষীৰ অভিযান

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register