কলাইগাঁও সাপ্তাহিক বজাৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

কলাইগাঁও সাপ্তাহিক বজাৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযা

কলাইগাঁও সাপ্তাহিক বজাৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত প্ৰায় ২০ লিটাৰ অবৈধ সুৰা ধ্বংস কৰা হয়।

কলাইগাঁও আৰক্ষী থানাৰ এটা দলে কলাইগাঁও সাপ্তাহিক বজাৰত অবৈধ সুৰা বিক্ৰী আৰু মজুতকৰণৰ বিৰুদ্ধে অভিযান চলায়। অভিযানকালত প্ৰায় ২০ লিটাৰ অবৈধ সুৰা ধ্বংস কৰে আৰক্ষীয়ে। বজাৰ আৰু সমাজ সুৰক্ষিত কৰি ৰখাৰ লক্ষ্যৰে অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব।

 

ওদালগুৰিৰ পৰা শিৱ প্ৰসাদ দাস।

Leave a Reply

BP NEWS Live
Logo Friday, 2 October 2026
Login / Register