“জুবিন গাৰ্গৰ লগত কেতিয়াও VIP সংস্কৃবর্তমানোতি নাছিল,
ভরিষ্যতলৈও নাথাকিব”
◆ জুবিন দিরসত VIP কাৰ পাছৰ ব্যৱস্থা কৰা হোৱা নাই
যিসমূহ কাৰ পাছৰ ব্যৱস্থা কৰা হৈছে সেয়া কেরল খাদ্য সামগ্রী কঢ়িয়াবলৈহে
স্পষ্ট কৰিলে জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁয়ে
