লখিমপুৰবাসী সাৱধান! বতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ!

লখিমপুৰবাসী সাৱধান! বতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ!

আগন্তুক কেইবাদিনো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা-নদী -জলস্তৰ বৃদ্ধি, জলাবদ্ধতা আৰু বজ্রপাতৰ আশংকা থাকিব পাৰে।

আপোনাৰ অঞ্চলৰ বতৰ আৰু স্থানীয় সতর্কবাণীৰ ওপৰত নজৰ ৰাখক।

নিজে সাৱধান থাকক, আনকো জনাওক-

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register