ওদালগুৰিত ১৭৬.২৮০ কিলোগ্ৰাম সন্দেহযুক্ত গাঞ্জা জব্দ, এজনক আটক

ওদালগুৰিত ১৭৬.২৮০ কিলোগ্ৰাম সন্দেহযুক্ত গাঞ্জা জব্দ, এজনক আটক

 

 ড্ৰাগছবিৰোধী অভিযানৰ অংশ হিচাপে আজি পুৱতি নিশা ওদালগুৰিৰ লালপানী আৰক্ষী চকীৰ এটা দলে লামাবাৰী তিনি আলীৰ সমীপত অভিযান চলায়। অভিযানত আৰক্ষীয়ে ১৭৬.২৮০ কিলোগ্ৰাম সন্দেহযুক্ত গাঞ্জা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে।

 

ওদালগুৰিৰ পৰা শিৱ প্ৰসাদ দাস।

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register