ধেমাজিৰ মৰিলত চৰম অমানৱীয় কার্য
মাতৃয়ে হত্যা কৰিলে নৱজাতক কন্যা সন্তানক
হ/ত্যা কৰি বাৰীৰ পিছফালৰ গাঁতত পুতিলে নৱজাতকৰ্ক
৩ দিনৰ পিছত পোহৰলৈ আহিল ভয়ংকৰ কাণ্ড
স্থানীয় ৰাইজে গাঁতৰ পৰা খান্দি উলিয়ালে মৃতদেহ
মৃতদেহৰ ডিঙিত লাগি আছিল এডাল ৰচী
ৰচীৰে চেপি নৱজাতকক হ/ত্যাৰ সন্দেহ
ঘটনাস্থলীত আৰক্ষী উপস্থিত মৰিল আৰক্ষী
