ধেমাজিৰ মৰিলত চৰম অমানৱীয় কার্য মাতৃয়ে হত্যা কৰিলে নৱজাতক কন্যা সন্তানক হ/ত্যা কৰি বাৰীৰ পিছফালৰ গাঁতত পুতিলে নৱজাতকৰ্ক ৩ দিনৰ পিছত পোহৰলৈ আহিল ভয়ংকৰ কাণ্ড স্থানীয় ৰাইজে গাঁতৰ পৰা খান্দি উলিয়ালে মৃতদেহ মৃতদেহৰ ডিঙিত লাগি আছিল এডাল ৰচী ৰচীৰে চেপি নৱজাতকক হ/ত্যাৰ সন্দেহ ঘটনাস্থলীত আৰক্ষী উপস্থিত মৰিল আৰক্ষী

ধেমাজিৰ মৰিলত চৰম অমানৱীয় কার্য

মাতৃয়ে হত্যা কৰিলে নৱজাতক কন্যা সন্তানক

হ/ত্যা কৰি বাৰীৰ পিছফালৰ গাঁতত পুতিলে নৱজাতকৰ্ক

৩ দিনৰ পিছত পোহৰলৈ আহিল ভয়ংকৰ কাণ্ড

স্থানীয় ৰাইজে গাঁতৰ পৰা খান্দি উলিয়ালে মৃতদেহ

মৃতদেহৰ ডিঙিত লাগি আছিল এডাল ৰচী

ৰচীৰে চেপি নৱজাতকক হ/ত্যাৰ সন্দেহ

ঘটনাস্থলীত আৰক্ষী উপস্থিত মৰিল আৰক্ষী

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register