ৰূপহী সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধা পঞ্চায়তৰ ৬ নং বগামুখৰ ১৮৩ আৰু ১৮৪ নং বুথত গৈ ৰাইজৰ লগত অহা ৬ অক্টোবৰ তাৰিখে হবলগীয়া লোকসভা উপনিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা  পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক অনুৰোধ জনাওঁ ।

  • ৰূপহী সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধা পঞ্চায়তৰ ৬ নং বগামুখৰ ১৮৩ আৰু ১৮৪ নং বুথত গৈ ৰাইজৰ লগত অহা ৬ অক্টোবৰ তাৰিখে হবলগীয়া লোকসভা উপনিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা  পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক অনুৰোধ জনাওঁ ।

আমাৰ লগত উপস্থিত আছিল ৰূপহী মণ্ডল বিজেপিৰ সভাপতি ৰফিকুল ইছলাম ডাঙৰীয়া, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক আনোৱাৰ হুছেইন  নগাঁও বিজেপি অবিচি মৰ্চাৰ উপ সভাপতি ঋতুৰাজ বৰা সামাজিক মাধ্যমৰ ইনচাৰ্জ নৌমান ইছলাম বুথৰ সভাপতি গয়াচৰণ দাস ইমৰান হুছেইন ডাঙৰীয়া আৰু উক্ত অঞ্চলৰ ঐতিহাসিক মন্দিৰৰ পূজাৰী জনৰ লগতে,সমাজকৰ্মী ফৰিদুল ইছলাম প্ৰমুখ্যে বহু কেইজন ব্যক্তি ।

সন্ধিয়া বুথ পৰ্য্যায়ৰ সভাত ৰাইজৰ উপস্থিতি আৰু সঁহাৰি দেখি আমি বুজিছোঁ যে এই বাৰ নগাঁও লোকসভা উপ নিৰ্বাচনত দেৱাশীষ শৰ্মা 

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register