এক শৰণ হৰি নাম ধৰ্ম সমাজৰ প্ৰাক্তন পৰিচালক উপদেষ্টা অনন্ত দত্তৰ দেহাৱসান। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে অনন্ত দত্তই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ___ বছৰ। এক শৰণ হৰি নাম ধৰ্ম সমাজৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ সমাজৰ ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অনন্ত দত্ত পৰিচিত আছিল। তেওঁৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে পৰিয়াল, আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু সমাজৰ বিভিন্নজনৰ মাজত শোকৰ ছাঁ পৰে। ইফালে, অনন্ত দত্তৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ পৰিৱেশে বিৰাজ কৰিছে। বিভিন্নজন সামাজিক আৰু ধৰ্মীয় ব্যক্তিয়ে তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁৰ বিয়োগ এক শৰণ হৰি নাম ধৰ্ম সমাজৰ লগতে সমগ্ৰ অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে গুণমুগ্ধসকলে।

এক শৰণ হৰি নাম ধৰ্ম সমাজৰ প্ৰাক্তন পৰিচালক উপদেষ্টা অনন্ত দত্তৰ দেহাৱসান।

ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে অনন্ত দত্তই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ___ বছৰ।

এক শৰণ হৰি নাম ধৰ্ম সমাজৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ সমাজৰ ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অনন্ত দত্ত পৰিচিত আছিল।

তেওঁৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে পৰিয়াল, আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু সমাজৰ বিভিন্নজনৰ মাজত শোকৰ ছাঁ পৰে।

ইফালে, অনন্ত দত্তৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ পৰিৱেশে বিৰাজ কৰিছে। বিভিন্নজন সামাজিক আৰু ধৰ্মীয় ব্যক্তিয়ে তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

তেওঁৰ বিয়োগ এক শৰণ হৰি নাম ধৰ্ম সমাজৰ লগতে সমগ্ৰ অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে গুণমুগ্ধসকলে।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register