চেঙাৰ কাৰাই খাইতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উলহ-মালহেৰে শিক্ষক দিৱস উদযাপন
আজি ৫ ছেপ্তেম্বৰ,পৱিত্ৰ শিক্ষক দিৱস। দেশৰ মহান শিক্ষাবিদ,দাৰ্শনিক তথা ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পৱিত্ৰ জন্ম জয়ন্তী উপলক্ষ্যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশত পালন কৰা হৈছে শিক্ষক দিৱস।
একেদৰে চেঙা সমষ্টিৰ অন্তৰ্গত কাৰাইখাইতি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো শিক্ষক দিৱস উপলক্ষে দেখা গ’ল উলহ-মালহৰ পৰিৱেশ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ শিক্ষাগুৰুসকলক বিশেষ শ্ৰদ্ধা আৰু সন্মানেৰে শিক্ষক দিৱস উদযাপন কৰে।
চেঙাৰ কাৰাই খাইতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উলহ-মালহেৰে শিক্ষক দিৱস উদযাপন
