কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত চেগুন বাগান খেল পথাৰত বাৰ্ষিক প্ৰাইজমানী ক্ৰিৰীকেট প্ৰতিযোগিতা। আজিৰ খেলখন উদ্ধোধন কৰে ।
কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত চেগুন বাগান খেল পথাৰত বাৰ্ষিক প্ৰাইজমানী ক্ৰিৰীকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেল উপভোগ কৰে অসংখ্য দৰ্শকে। কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰাইজমানী ক্ৰিৰীকেট প্ৰতিযোগিতা। এই প্ৰাইজমানী ক্ৰিৰীকেট প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে কান্দাপাৰা বনাম কামপুৰ দলে।কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাৱৰ উদ্যোগত চলি থকা প্ৰাইজমানী ক্ৰিৰীকেট প্ৰতিযোগিতা খেলখন চূড়ান্ত ফাইনেল খেল খন অহা দেওবাৰে অনুষ্ঠিত কৰা হ’ব।
খেল খেলনৰ প্ৰথম পুৰস্কাৰ ট্ৰফি লগতে ১০০০০টকা কেছমানি।
দ্বিতীয় পুৰস্কাৰ ট্ৰফি লগতে ৫০০০টকা কেচমানি ।
