নগাঁৱৰ কঠিয়াতলী লুংপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা ।

Oplus_16908288

নগাঁৱৰ কঠিয়াতলী লুংপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা । পথাচাৰীক বচাবলৈ গৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাত সোমাল তীব্ৰ বেগী বাইক আৰোহী । দুৰ্ঘটনাটোত আহত হয় দুই বাইক আৰোহী । স্থানীয় লোকে আহত আৰোহী দুজনক ভৰ্তি কৰে চিকিৎসালয়ত । দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS 01 GU 5015

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register