ছানফ্লাৱাৰ’ গেষ্ট হাউচত ভয়কংৰ ঘটনা

Oplus_131072

‘ৰুদ্ৰছ’ হোমষ্টেৰ পিছত এইবাৰ জালুকবাৰীৰ

‘ছানফ্লাৱাৰ’ গেষ্ট হাউচত ভয়কংৰ ঘটনা

গেষ্ট হাউচটোত নৈশযাপন কৰিছিল এহাল যুৱক-যুৱতীয়ে

যুৱতীগৰাকী যোৰহাটৰ, যুৱকজন জালুকবাৰীৰ

মাজনিশা গেস্ট হাউচৰ কোঠাত মুৱতীগৰাকীক অচেতন অৱস্থাত এৰি যুৱকজনৰ পলায়ন

আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰে হাস্পতালত

Leave a Reply

BP NEWS Live
Logo Friday, 2 October 2026
Login / Register