গুৱাহাটীৰ পিটচক লৈ গৌতম গম্ভীৰৰ
ক্ষোভ
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ গঢ়া ৰান চেজৰ পাছতে পিটচক লৈ প্রশ্ন গৌতম গম্ভীৰ
‘বেট আৰু বলৰ মাজত অধিক প্ৰতিদ্বন্দ্বিতা থাকিব লাগিব, এইটো ক্রিকেট নহয়-কেৱল বেটিঙহে’
*শুভমন গিলৰ অপৰাজিত ২২৩ আৰু ৰোহিত শৰ্মাৰ ১০১ ৰানৰ দৰ্শনীয় ইনিংছৰ পাছত গুৱাহাটীৰ পিটচক লৈ
