নতুন নগৰ সমিতি গঠন

নতুন নগৰ সমিতি গঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতি অর্ন্তগত মৰাণ নগৰ সমিতিখন আজি গঠন কৰা হয়। সভাপতি ৰূপম গগৈ সম্পাদক অম্লান কোৱৰ […]

অসমবাসীৰ বাবে আজি আনন্দৰ দিন।

অসমবাসীৰ বাবে আজি আনন্দৰ দিন জন্মদিনৰ দিনাই লাভলীনাই এছিয়ান গেমভূত স্বর্ণ পদক লাভ কৰিছে। বক্সিঙত ২বাৰ একেলগে পদক অর্জন কৰা প্রথমগৰাকী মহিলা লাভলীনা -হিমন্ত বিশ্ব […]

আজমলৰ বয়স হৈছে।

আজমলৰ বয়স হৈছে। সংসদত নগাঁৱক প্রতিনিধিত্ব কৰিব পৰাকৈ তেওঁৰ এতিয়া বয়স নাই।’ -হিমন্ত বিশ্ব শর্মা, মুখ্যমন্ত্রী

জুবিন গাৰ্গৰ লগত কেতিয়াও VIP সংস্কৃবর্তমানোতি নাছিল,

“জুবিন গাৰ্গৰ লগত কেতিয়াও VIP সংস্কৃবর্তমানোতি নাছিল, ভরিষ্যতলৈও নাথাকিব” ◆ জুবিন দিরসত VIP কাৰ পাছৰ ব্যৱস্থা কৰা হোৱা নাই যিসমূহ কাৰ পাছৰ ব্যৱস্থা কৰা হৈছে […]

জুবিন গাৰ্গৰ লগত কেতিয়াও VIP সংস্কৃবর্তমানোতি নাছিল,

“জুবিন গাৰ্গৰ লগত কেতিয়াও VIP সংস্কৃবর্তমানোতি নাছিল, ভরিষ্যতলৈও নাথাকিব” ◆ জুবিন দিরসত VIP কাৰ পাছৰ ব্যৱস্থা কৰা হোৱা নাই যিসমূহ কাৰ পাছৰ ব্যৱস্থা কৰা হৈছে […]

এগৰাকী অবৈধ প্রধানমন্ত্রীয়ে এটা অবৈধ গৃহ মন্ত্রালয় চলাই নাগৰিকৰ ওপৰত অবৈধ নীতি জাপি দিছে।

এগৰাকী অবৈধ প্রধানমন্ত্রীয়ে এটা অবৈধ গৃহ মন্ত্রালয় চলাই নাগৰিকৰ ওপৰত অবৈধ নীতি জাপি দিছে। মোদী, শ্বাহ আৰু জ্ঞানেশ- তিনিওৰে বিদায় লোৱাৰ সময় সমাগত। মহুৱা মৈত্রা

বিধানসভা চৌহদত অব্যাহত অখিল গগৈৰ ধৰ্মঘট

বিধানসভা চৌহদত অব্যাহত অখিল গগৈৰ ধৰ্মঘট শুকুৱাৰে পুৱাৰে পৰা বিধানসভা চৌহদত ধর্মঘট অব্যাহত ৰাখিছে বিধায়কগৰাকীয়ে উজনি অসমৰ বন্যার্তক ক্ষতিপূৰণ প্ৰদানৰ দাবীত বিধায়ক অখিল গগৈয়ে গ্রহণ […]

দিল্লীত পথ দুর্ঘটনাত নিহত অসমৰ ছাত্ৰী

দিল্লীত পথ দুর্ঘটনাত নিহত অসমৰ ছাত্ৰী ৰেপিড’ৰে গৈ থকা অৱস্থাত বাছৰ খুন্দাত মৃত্যু ছাত্ৰীগৰাকীৰ নিহত ছাত্ৰীগৰাকী গুৱাহাটী নুনমাটিৰ হৃষিতা লাহন

তুংগত নগাঁও সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ

জনতাৰ তুলাচনী তুংগত নগাঁও সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ বিজেপি দেৱাশীষ শৰ্মা কংগ্রেছ শিৱামনি বৰা বদৰুদ্দিন আজমল AIUDF বিজেপি, কংগ্রেছ, AIUDF-সমানে সমানে চলাইছে নিৰ্বাচনী প্ৰচাৰ

BP NEWS Live
Logo Tuesday, 20 October 2026
Login / Register