এছিয়ান গেমছত প্রথমটো স্বৰ্ণ অৰ্জন ভাৰতীয় মহিলা ক্রিকেট দলৰ

এছিয়ান গেমছত প্রথমটো স্বৰ্ণ অৰ্জন ভাৰতীয় মহিলা ক্রিকেট দলৰ এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ফাইনেলত হৰমনপ্রীত বাহিনীৰ হাতত শ্ৰীলংকাৰ লজ্জাজনক পৰাজয়

নগাঁও পুৰণিগুদাম ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

নগাঁও পুৰণিগুদাম ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা বাহনৰ ভিতৰতে অগ্নিদগ্ধ গৈ মৃত্যু ৩ জনৰ, আহত দুজন অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন ৰাষ্ট্ৰীয় ঘাইপথৰ […]

আমাক ১০ লাখ টকাৰ ক্ষতিপূৰণ লাগিব। লাগিব মানে লাগিবই..

আমাক ১০ লাখ টকাৰ ক্ষতিপূৰণ লাগিব। লাগিব মানে লাগিবই.. ৰণহুংকাৰ ৰাইজৰ দলৰ নেত্রী ড০ জ্ঞানশ্রী বৰাৰ শিৱসাগৰ-চৰাইদেউ-যোৰহাটৰ শেহতীয়া বানত ক্ষতিগ্রস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত […]

ফকিৰগঞ্জ থানা এলেকাৰ পৰা নিৰুদ্দেশ এজন ছাত্র

ফকিৰগঞ্জ থানা এলেকাৰ পৰা নিৰুদ্দেশ এজন ছাত্র যোৱা ৭ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ ১৩ বছৰীয়া হাবিজুৰ আলী স্কুললৈ ওলাই যোৱা হাবিজুৰ ঘূৰি নাহিল ঘৰলৈ সন্ধান পালে […]

বিজেপিৰ ত্যাগ কৰিলে সীমান্ত শ্বেখৰে

বিজেপিৰ ত্যাগ কৰিলে সীমান্ত শ্বেখৰে ত্যাগ কৰিলে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদ ব্যক্তিগত কাৰণত দল ত্যাগ কৰা কথা পদত্যাগ পত্ৰত উল্লেখ […]

আজি উন্মোচন হ’ব হেমকোষৰ পৰিশিষ্ট শব্দকোষ

হেমকোষৰ পৰিশিষ্ট खुलाम অসমীয়া লিপিত ৰাভা, বড়ো, মিচিং, কাৰবি ভাষা শিকাৰ আৰ্হি কিকান নেয় শব্দকোষ প্রথম সংস্কৰণ কান হেমদের হেম চেক মূল হেমচন্দ্ৰ বৰুৱা হেমকোষ […]

আনুষ্ঠানিকভাৱে উন্মোচন হ’ল ‘হেমকোষৰ পৰিশিষ্ট’ শব্দকোষ

আনুষ্ঠানিকভাৱে উন্মোচন হ’ল ‘হেমকোষৰ পৰিশিষ্ট’ শব্দকোষ কনকলাল বৰুৱা প্রেক্ষাগৃহত সাদিন-প্রতিদিন গোষ্ঠীৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান

ৰাজস্থানত বিজেপিৰ ‘অৰ্ধ-বিজয়

ৰাজস্থানত বিজেপিৰ ‘অৰ্ধ-বিজয় নিৰ্দলীয়ৰ চমকত দিশহাৰা ভজনলাল চৰকাৰ ৰাজস্থানৰ পৌৰ নিৰ্বাচনত বিজেপিয়ে সর্বাধিক আসন পালে কিন্তু নির্দলীয় প্রার্থীয়ে ২,২৭৩ খন আসন লাভ কৰি সমীকৰণ সলনি […]

BP NEWS Live
Logo Tuesday, 20 October 2026
Login / Register