শিৱসাগৰৰ বণিয়াবাৰীত হোমষ্টেৰ নামত যৌনতাৰ বেহা

শিৱসাগৰৰ বণিয়াবাৰীত হোমষ্টেৰ নামত যৌনতাৰ বেহা বণিয়াবাৰীৰ Cloud 9 হোমষ্টেত আৰক্ষীয়ে অভিযান চলাই দুজন যুৱকৰ লগতে তিনিগৰাকী কিশোৰীক উদ্ধাৰ কৰে

স্বাধীনতা সংগ্ৰামী লোকনাথ বৰগায়নৰ দেহাৱসান।

মাজুলী, ২৫ ছেপ্টেম্বৰ: স্বাধীনতা সংগ্ৰামী, লোকনাথ বৰগায়নৰ দেহাৱসান। ৯৮ বছৰ বয়সত মাজুলীৰ কমলাবাৰী সত্ৰৰ এইগৰাকী বিশিষ্ট ব্যক্তি তথা নৃত্যশিল্পীয়ে শেষ নিশ্বাস ত্যাগ কৰে। লোকনাথ বৰগায়ন […]

পাঁচদিনৰ অন্তত লখিমপুৰৰ সোৱনশিৰি নৈৰ ঘাগৰ ঘাটৰ পৰা সন্ধানহীন হোৱা দুই ভাতৃৰ ভিতৰৰ এজনৰ মৃতদেহ উদ্ধাৰ।

সম্পূৰ্ণ পাঁচদিনৰ অন্তত আজি সোৱনশিৰি নৈৰ ঘাগৰ ঘাটৰ পৰা সন্ধানহীন হোৱা দুই ভাতৃৰ ভিতৰৰ এজনৰ মৃতদেহ উদ্ধাৰ হৈছে। লখিমপুৰ জিলাৰ মাহৰা চমুৱা গাঁৱৰ দুই ভাতৃ […]

বগীবিলত উপস্থিত ২৭টা ISO টেংক কঢ়িওৱা জাহাজ

অসমত আভ্যন্তৰীণ জলপথেৰে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত সংযোজিত হৈছে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটীৰ পৰা ২৭টা ISO টেংক কঢ়িয়াই এখন জাহাজ বগীবিলত উপস্থিত হৈছে। এই জাহাজখনত […]

উলফা (স্বা.)-ত যোগদানৰ অভিযোগত ডিব্ৰুগড়ৰ এজন যুৱকক গ্ৰেপ্তাৰ।

উলফা (স্বা.)-ত যোগদানৰ অভিযোগত ডিব্ৰুগড়ৰ এজন যুৱকক গ্ৰেপ্তাৰ। চৰাইদেউ আৰক্ষীৰ অভিযানত নগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ডিব্ৰুগড়ৰ যুৱক শ্যামল দানহক। আৰক্ষীৰ অভিযোগ অনুসৰি, যুৱকজনে নিষিদ্ধ […]

বিতর্কিত কয়লা ব্যৱসায়ী আব্দুল কাদেৰক গ্ৰেপ্তাৰ

বিতর্কিত কয়লা ব্যৱসায়ী আব্দুল কাদেৰক গ্ৰেপ্তাৰ যোগীঘোপাৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ SGST বিভাগৰ কাদেৰৰ বিৰুদ্ধে ৪৫ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ GST বিভাগে কেইবাদিনো ধৰি […]

POCSO গোচৰত যুগেন গড় দোষী সাব্যস্ত, ৩০ বছৰৰ কাৰাদণ্ড ডিব্ৰুগড় আদালতৰ

ডিব্ৰুগড়ৰ বিশেষ POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। POCSO গোচৰত অভিযুক্ত যুগেন গড়ক দোষী সাব্যস্ত কৰি ৩০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে। ডিব্ৰুগড় আৰক্ষীৰ পৰা […]

ডিব্ৰুগড়ত বিজেপিৰ বুথ সভাপতি ৰূপা মাল্লীক আক্ৰমণৰ অভিযোগ; বৈঠকক কেন্দ্ৰ কৰি সংঘাত

ডিব্ৰুগড়ত বিজেপিৰ বুথ সভাপতি ৰূপা মাল্লীক আক্ৰমণৰ অভিযোগ; বৈঠকক কেন্দ্ৰ কৰি সংঘাত   ডিব্ৰুগড়: ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টী ডাইক অঞ্চলৰ সমীপত বিজেপিৰ বুথ নং ৩৯ৰ সভাপতি […]

BP NEWS Live
Logo Tuesday, 29 September 2026
Login / Register