GPay, PhonePe ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ

GPay, PhonePe ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ

UPI লেনদেনত ব্যৱসায়ীৰ ওপৰত আৰোপ কৰা হ’ল MDR চার্জ

২০০০ টকাৰ লেনদেন কৰিলে দিব লাগিব ৮ টকা মাচুল

৩০০০ টকাৰ লেনদেন কৰিলে দিব লাগিব ১২ টকা মাচুল

ডাঙৰ লেনদেনৰ ক্ষেত্ৰত সর্বোচ্চ ৩০০ টকা পর্যন্ত দিব লাগিব চার্জ

QR কোডৰ জৰিয়তে প্রতিমাহে ১ লাখতকৈ অধিক উপাৰ্জনকাৰীয়ে দিব লাগিব অতিৰিক্ত মাচুল

১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম

Leave a Reply

BP NEWS Live
Logo Thursday, 17 September 2026
Login / Register