আজি উজনি অসমৰ নাজিৰাৰ বিভিন্ন বন্যাৰ্ত অঞ্চলত আজমল ফাউণ্ডেচন আৰু ৰাজ্যিক জমিয়ত উলামাৰ উদ্যোগত বন্যাৰ্তসকলৰ মাজত বান সাহায্য বিতৰণ কৰা হয়।

◾এইবাৰ বানাক্ৰান্তৰ বাবে ওলাই আহিল অসমৰ অন্যতম আজমল ফাউণ্ডেচনৰ
◾ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে জমিয়ত উলামা।

◾কেইবা লক্ষাধিক টকাৰ বান সাহায্য লৈ উজনিত উপস্থিত আজমল ফাউণ্ডেচনৰ দল।

উজনিৰ তিনি জিলাৰ বানপীড়িত লোকৰ মাজত আজি বিতৰন কৰিব অত্যাৱস্যকীয় খাদ্য সামগ্ৰীৰ লগতে কানি কাপোৰ আৰু অন্যান্য সা-সামগ্ৰী।

আজমল ফাউণ্ডেছনে আৰু জমিয়ত উলামা মহান পদক্ষেপক সকলোৱে শলাগ লৈছে। মানুহৰ এই চৰম বিপৰ্যয়ৰ সময়ত মাদ্ৰাছাৰ এই পদক্ষেপে সমাজত ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক নতুন যুগৰ সূচনা কৰিব বুলি বহুতে মত প্ৰকাশ কৰিছে।

আজি উজনি অসমৰ নাজিৰাৰ বিভিন্ন বন্যাৰ্ত অঞ্চলত আজমল ফাউণ্ডেচন আৰু ৰাজ্যিক জমিয়ত উলামাৰ উদ্যোগত বন্যাৰ্তসকলৰ মাজত বান সাহায্য বিতৰণ কৰা হয়।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register