ছিংগাপুৰত সেইদিনা কি হৈছিল জুবিনৰ?

জুবিনক বচাবলৈ হাস্পতাললৈ

ময়েই প্রথম ফোন কৰিছিলো…

সেইদিনা ছিংগাপুৰত পৰিস্থিতিটো কিমান ভয়ংকৰ আছিল?

জুবিন গাৰ্গৰ সেই কঠিন সময়ৰ কথা বৰ্ণনা কৰিলে ছিংগাপুৰৰ সুস্মিতা গোস্বামীয়ে।

জুবিনৰ সৈতে সেইদিনা প্রকৃততে কি ঘটিছিল?

তেওঁক বচাবলৈ কেনেকৈ আৰম্ভ হৈছিল তৎপৰতা-সেই ঘটনাৰ আঁৰৰ কথাবোৰে অনুৰাগীৰ মনত সৃষ্টি কৰিছে বহু প্ৰশ্ন।

এটা কঠিন সময়ৰ ভয়লগা স্মৃতি…

সুস্মিতা গোস্বামীৰ মুখেৰে সেইদিনাৰ বর্ণনা।

Leave a Reply

BP NEWS Live
Logo Tuesday, 6 October 2026
Login / Register