পাঁচখন গাঁও স্থানান্তৰ বিতৰ্ক: স্পষ্টীকৰণ দিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে

পাঁচখন গাঁও মিকিৰভেটা ৰাজহ চক্ৰলৈ স্থানান্তৰক লৈ প্ৰকাশ পোৱা খবৰৰ পিছতে সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ আগবঢ়াইছে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিধায়কগৰাকীয়ে স্পষ্ট কৰি কয় যে ৰাইজৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি, অসুবিধা বা স্বাৰ্থ বিঘ্নিত হোৱাকৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নহ’ব। লগতে বিষয়টোক লৈ প্ৰচাৰিত বিভিন্ন কথাক একাংশ দুষ্ট চক্ৰৰ অপপ্ৰচাৰ বুলি অভিহিত কৰি ৰাইজক এনে অপপ্ৰচাৰত বিভ্ৰান্ত নহ’বলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে।

One thought on “পাঁচখন গাঁও স্থানান্তৰ বিতৰ্ক: স্পষ্টীকৰণ দিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register