অসমৰ সীমানাক লৈ বিধানসভাত তথ্য (Inter-State Border Issue):
বিধানসভাত চৰকাৰে সদৰী কৰা অনুসৰি চুবুৰীয়া ৰাজ্যসমূহে অসমৰ প্ৰায় ৮৩,০০০ হেক্টৰ ভূমি দখল কৰি ৰাখিছে। এই সীমান্ত বিবাদসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ দ্বিপাক্ষিক আলোচনা অব্যাহত থকা বুলি চৰকাৰে জনায়।
অসমৰ সীমানাক লৈ বিধানসভাত তথ্য।
