পুৰণিগুদাম মণ্ডলৰ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে সাক্ষাৎ কৰি আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচন সন্দৰ্ভত বিস্তৃতভাৱে মত-বিনিময় কৰোঁ।

আজি মোৰ নগাঁওস্থিত বাসগৃহত চামগুৰি, জুৰীয়া, ৰূপহী, আলীখঙীয়া তথা পুৰণিগুদাম মণ্ডলৰ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে সাক্ষাৎ কৰি আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচন সন্দৰ্ভত বিস্তৃতভাৱে মত-বিনিময় কৰোঁ।

নিৰ্বাচনক কেন্দ্ৰ কৰি সাংগঠনিক প্ৰস্তুতি, দলীয় কাৰ্যসূচী আৰু তৃণমূল পৰ্যায়ত জনসম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশত আলোচনা কৰা হয়।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register