বাইহাটা চাৰিআলি

Baihata breaking

বাইহাটা চাৰিআলিৰ লেঙাত নিশা অঘটন। অবৈধ ভাৱে গৰু সৰবৰাহৰ কৰা গাড়ী জব্দ কৰিবলৈ যোৱা আৰক্ষীক বাধা একাংশ দূৰ্বৃত্তৰ। আক্ৰমণৰ চেষ্টা কৰ্তব্যৰত আৰক্ষীক। আক্ৰমণত আহত বাইহাটা চাৰিআলিৰ থানাৰ গাড়ী চালক। আনহাতে একাংশ ই আৰক্ষীৰ অস্ত্ৰ কাঢ়ি নিয়াৰ চেষ্টা। আক্ৰমণ কৰা তিনি যুৱকক আটক। আক্ৰমণ কাৰী কেইজন ক্ৰমে হিমাংশু তামূলী , কৰণ বৰ্মন আৰু অম্বিকা বৈশ্য।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register