কলাইগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।কলাইগাঁৱত অবৈধ সুৰাৰ বিক্ৰী আৰু বিতৰণৰ বিৰুদ্ধে আৰক্ষীৰ লক্ষ্যভিত্তিক অভিযান। কবিৰালীত অভিযান চলাই এখন স্থানীয় দোকানৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ সুৰা।

SLUG: কলাইগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

 

ANCHOR INTRO:

কলাইগাঁৱত অবৈধ সুৰাৰ বিক্ৰী আৰু বিতৰণৰ বিৰুদ্ধে আৰক্ষীৰ লক্ষ্যভিত্তিক অভিযান। কবিৰালীত অভিযান চলাই এখন স্থানীয় দোকানৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ সুৰা।

 

VO:

অবৈধ সুৰাৰ বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কলাইগাঁও আৰক্ষীয়ে।

কলাইগাঁও আৰক্ষী থানাৰ এটা দলে কবিৰ আলীত চলায় লক্ষ্যভিত্তিক অভিযান।

 

অভিযানকালত এখন স্থানীয় দোকানত তালাচী চলাই জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ সুৰা।

অবৈধভাৱে সুৰা বিক্ৰী আৰু বিতৰণ ৰোধ কৰাৰ লগতে সমাজত সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰাৰ লক্ষ্যৰে আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব।

 

ওদালগুৰিৰ পৰা শিৱ প্ৰসাদ দাস।

Leave a Reply

BP NEWS Live
Logo Friday, 2 October 2026
Login / Register