জিলাখনৰ মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ভূৰবন্ধা, কটহগুৰি, ঔগুৰি, খটৰবড়ী আৰু পাটিদয়া—এই পাঁচখন ৰাজহ গাঁও মিকিৰভেটা ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্তক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি। এই বিষয়ক লৈ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধেও ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। গাঁওকেইখনৰ স্থানান্তৰৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি ৰাইজৰ মতামতক গুৰুত্ব দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

সুন্দৰ