সাগৰৰ পানী ক’লৈ গ’ল? বিশাল জাহাজ মাটিৰ ওপৰত! চাওক এই বিৰল দৃশ্য।

Oplus_131072

সাগৰৰ পানী হঠাতে নাইকিয়া হৈ যাব পাৰে বুলি আপুনি কেতিয়াবা ভাবিছিলনে? য’ত কিছু সময় আগতে গভীৰ সাগৰ আছিল, তাত এতিয়া কেৱল শুকান বোকা মাটি! আৰ্জেণ্টিনাৰ উপকূলত দেখা পোৱা এই বিৰল দৃশ্যই এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে।

Leave a Reply

BP NEWS Live
Logo Tuesday, 29 September 2026
Login / Register