ৰাষ্ট্ৰীয় সাঁতোৰত অসমৰ গৌৰৱ তীৰ্থংকৰ পেগু!

অসমৰ যুৱ সাঁতোৰবিদ তীৰ্থংকৰ পেগুৱে ভুবনেশ্বৰত অনুষ্ঠিত ৫২ সংখ্যক জুনিয়ৰ নেচনেল একুৱাটিক চেম্পিয়নশ্বিপ ২০২৬ত অসাধাৰণ প্ৰদৰ্শনেৰে মুঠ ৪টা পদক অর্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

৩টা সোণৰ পদক

১টা ৰূপৰ পদক

তীর্থংকৰৰ এই অনন্য সাফল্য অসমৰ নতুন প্ৰজন্মৰ ক্রীড়াবিদসকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস।

অসমৰ মাটিৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ-তীৰ্থংকৰ, তোমাৰ সাফল্যত আমি গৌৰৱান্বিত!

Leave a Reply

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register