কথাৰে নহয়, কামেৰে দিলে উত্তৰ!

মানুহে মোক পাগল বুলি কয়, মোৰ মজাক উৰুৱাই দিয়ে”-কিন্তু ২০ বছৰীয়া সুৰেন্দ্ৰ সিং চৌধুৰী (Bittu Tabahi)-এ কথাৰে নহয়, নিজৰ কামেৰে দেখুৱাই দিলে যে এজন মানুহৰ দৃঢ় সংকল্পইও পৰিৱৰ্তনৰ আৰম্ভণি কৰিব পাৰে।

আৱৰ্জনাৰে ভৰি থকা নদীৰ ঘাট পৰিষ্কাৰ কৰি তেওঁ পৰিৱেশ সংৰক্ষণৰ এক অনুপ্ৰেৰণাদায়ক উদাহৰণ সৃষ্টি কৰিছে।

পৰিৱৰ্তনৰ বাবে সদায় ভিৰৰ প্ৰয়োজন নহয়-কেতিয়াবা এজন মানুহৰ আৰম্ভণিয়েই যথেষ্ট।

Leave a Reply

BP NEWS Live
Logo Monday, 5 October 2026
Login / Register