ৰূপাখাটত ভয়ানক দুৰ্ঘটনা!

ৰূপাখাটত ভয়ানক দুৰ্ঘটনা!

টংলাৰ পৰা ছিপাঝাৰ অভিমুখী অসম মালা ৰাস্তাৰ ৰূপাখাটত ভয়ানক দুৰ্ঘটনা।

দুৰ্ঘটনাত এখন বাহন ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

ভাগ্য ভাল—বাহনত ভৰ্তি চিলিণ্ডাৰ আছিল যদিও ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল।

আৰু দেওবাৰ হোৱাৰ বাবে বিদ্যালয়লৈ যোৱা লৰা-ছোৱালীও সেই সময়ত নাছিল।

অলপৰ বাবে এৰাই গ’ল এক ডাঙৰ অঘটন—ঘটনাস্থলীত সৃষ্টি হয় চাঞ্চল্য!

ওদালগুৰিৰ পৰা শিৱ প্ৰসাদ দাস।

Leave a Reply

BP NEWS Live
Logo Monday, 5 October 2026
Login / Register