নাট্যৰসত লুৰিণজ্যোতি গগৈ, ‘ঈশ্বৰ পানী তলত’ নাট উপভোগ কৰি ক’লে— ‘উচ্চমানৰ নাট উপভোগ কৰি উৎসাহিত হৈছোঁ’

এইবাৰ নাটকৰ দৰ্শকৰ ৰূপত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ।ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল বকুল মাজ গাঁওত নিশা অনুষ্ঠিত হোৱা ‘ঈশ্বৰ পানী তলত’ ৰ্শীৰ্ষক নাটখনি উপভোগ কৰি লুৰিণজ্যোতিয়ে কলে নাট্যৰসৰ কথা সংবাদ মাধ্যমত। এক উচ্চমান বিশিষ্ট নাট উপভোগ কৰি উৎসাহিত হলোঁ বুলি উল্লেখ কৰিলে লুৰিণজ্যোতিয়ে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register