বৰবৰুৱা আৰক্ষীৰ বৃহৎ অভিযান, জব্দ ৯৭ বটল ক’ডেইনযুক্ত কফ ছিৰাপ।

মদ‍্যপান কৰি অহা গ্ৰাহকে লেংদন হোটেলৰ কৰ্মচাৰী ও স্বত্বধিকাৰীক কৰা অশালীন ব‍্যৱহাৰ এতিয়া সামাজিক মাধ‍্যমত ভাইৰেল!
ডিব্ৰুগড়ৰ লেংদন হোটেলত আজৱ ঘটনা ভাত খাই বিল পৰিশোধ নকৰো বুলি স্বত্বাধিকাৰীকে দিলে ধমক । ইয়াৰোপৰি হোটেলখনৰ কৰ্মচাৰীৰ সৈতেও অশালীন ব‍্যৱহাৰত লিপ্ত হয় গ্ৰাহকজন!!

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register