“শিৱসাগৰৰ ডিমৌত সংঘটিত হৈছে এক জঘন্য আৰু চাঞ্চল্যকৰ ঘটনা। দশম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক অপহৰণ কৰি অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটো সম্পৰ্কত আৰক্ষীয়ে তীব্ৰ তদন্ত অব্যাহত ৰাখিছে।”
শিৱসাগৰ জিলাৰ ডিমৌত জঘন্য কাণ্ড
