সুৰা, সংগীত আৰু নাইট ক্লাবৰ মেজিকেল পৃথিৱীখনৰ আঁৰত চলা এক চাঞ্চল্যকৰ ৰহস্যৰ অৱশেষত উন্মোচন ঘটিছে। দীর্ঘদিন ধৰি চৰ্চাত থকা তথাকথিত ‘চুগাৰ ডেডী’ৰ অৱশেষত সন্ধান পোৱা গৈছে। এই পৰিচয় উদ্ধাৰৰ পাছতেই এতিয়া তোলপাৰ লাগিছে সমগ্ৰ অঞ্চলত।”
অৱশেষত সন্ধান পোৱা গ’ল চুগাৰ ডেডীৰ! ফাদিল হ’ব নেকি বহু ৰহস্য?
