আজি ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ, জুৰীয়া মণ্ডলৰ অন্তৰ্গত বৰালীমাৰী ফুঢ়ানিআটি গাঁও পঞ্চায়তৰ বুথ নং ৫, বৰালীমাৰী এম ই স্কুল, দক্ষিণ খণ্ডত মাননীয় মন্ত্ৰী শ্ৰীযুত Pijush Hazarika

আজি ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ, জুৰীয়া মণ্ডলৰ অন্তৰ্গত বৰালীমাৰী ফুঢ়ানিআটি গাঁও পঞ্চায়তৰ বুথ নং ৫, বৰালীমাৰী এম ই স্কুল, দক্ষিণ খণ্ডত মাননীয় মন্ত্ৰী শ্ৰীযুত Pijush Hazarika উপস্থিতিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi  জনপ্ৰিয় অনুষ্ঠান “মন কী বাত” অনুষ্ঠানটি শ্ৰৱণ কৰোঁ।

‘মন কী বাত’ কেৱল এক অনুষ্ঠানেই নহয়, ই দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ প্ৰেৰণা, সাফল্য আৰু ইতিবাচক চিন্তাক এক বৃহৎ মঞ্চলৈ লৈ অহা এক অনন্য প্ৰয়াস। মাননীয় প্ৰধানমন্ত্ৰী  প্ৰতিটো বাৰ্তাই দেশ সেৱা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি যাবলৈ আমাক অনুপ্ৰাণিত কৰে।

এই অনুষ্ঠানত উপস্থিত থকা সমূহ ৰাইজ, দলীয় কৰ্মকৰ্তাসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

#MannKiBaat

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register