আজি লাহৰীঘাট বিধান সভা সমষ্টিৰ নগাবন্ধা ছেকেণ্ডাৰী স্কুল খেলপথাৰত সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এখন বিশেষ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজৰ সৈতে মত-বিনিময় কৰোঁ।

আজি লাহৰীঘাট বিধান সভা সমষ্টিৰ নগাবন্ধা ছেকেণ্ডাৰী স্কুল খেলপথাৰত সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এখন বিশেষ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজৰ সৈতে মত-বিনিময় কৰোঁ। লগতে, আমাৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰীদেৱাশীষ শৰ্মা  সজোৰে সমৰ্থন আগবঢ়াবলৈ ৰাইজক বিনম্ৰতাৰে আহ্বান জনাওঁ।

ৰাইজেও এইবাৰ আমাক অভূতপূৰ্বধৰণে আশীৰ্বাদ প্ৰদান কৰিছে। সকলোৰে সহযোগত আমি আমাৰ লক্ষ্যত নিশ্চিতভাৱে উপনীত হ’ব পাৰিম বুলি দৃঢ় বিশ্বাসী। আজিৰ এই অনুষ্ঠানটিত প্ৰদেশ বিজেপিৰ মাননীয় সম্পাদক শ্ৰীৰাতুল শৰ্মা আৰু মৰিগাঁও জিলা বিজেপিৰ সভাপতি শ্ৰীৰাম প্ৰসাদ সৰকাৰ  উপস্থিত থাকে।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register