সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি তথা ৰহাৰ জ্যেষ্ঠ সাংবাদিক পংকজ বৰাৰ আকস্মিক বিয়োগৰ বাতৰিয়ে গভীৰভাৱে মৰ্মাহত কৰিছে।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি তথা ৰহাৰ জ্যেষ্ঠ সাংবাদিক পংকজ বৰাৰ আকস্মিক বিয়োগৰ বাতৰিয়ে গভীৰভাৱে মৰ্মাহত কৰিছে।

তেখেতৰ বিয়োগে ৰহাৰ সামাজিক আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে। সমাজৰ প্ৰতি তেখেতে আগবঢ়াই যোৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব।

 ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। 

ঔঁ শান্তি 🙏

Leave a Reply

BP NEWS Live
Logo Thursday, 8 October 2026
Login / Register