বঙাইগাঁও জিলাৰ সিদলসতী উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত আহত ২ বাইক আৰোহী। দুৰ্ঘটনাগ্ৰস্ত বাইকৰ নং AS 19 P 3123।
তীব্ৰ বেগী অচিনাকি বাহনে মহতিয়াই থৈ যায় বাইক আৰোহী দুগৰাকীক। দুৰ্ঘটনা সংঘটিত ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।
বঙাইগাঁও জিলাৰ সিদলসতী উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা
