আয়ুষ্মান ভাৰতৰ নামত চিকিৎসা নে হাৰাশাস্তি?

​​আয়ুষ্মান ভাৰতৰ নামত চিকিৎসা নে হাৰাশাস্তি? GMCH ত ফৰ্মেলিটিৰ মেৰপাকত আৱদ্ধ হৈ মৃত্যুমুখী সংকটাপন্ন ৰোগী।​​বিনামূলীয়া চিকিৎসা সেৱাৰ নামত এতিয়া চিকিৎসালয়ৰ বাৰান্দাত দিশহাৰা ৰোগীৰ আত্মীয়। দুখীয়া-দৰিদ্ৰ […]

জলজীৱনৰ পৰা এটুপি জল নোপোৱাৰ অভিযোগ শৌলমাৰী ৰাইজৰ। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি।

জলজীৱন মিছন আঁচনিয়ে ৰাইজক দিব পৰা নাই বিশুদ্ধ পানী। আন্তঃগাঁথনি উন্নত হৈছে যদিওঁ ৰাইজে সেৱা লাভ কৰা নাই। শৌলমাৰীত আজিলৈকে পোৱা নাই এটোপালো বিশুদ্ধ খোৱা […]

উন্নত চিকিৎসাৰ অভাৱত আজিও এগৰাকী অসহায় ব্যক্তিয়ে মৃত্যুৰ সৈতে যুঁজি আছে। এই হৃদয়বিদাৰক ঘটনাটো কমলপুৰ সমষ্টিৰ খেহিনীপাৰাৰ।

কেতিয়াবা দৰিদ্ৰতাই কেৱল সপোনেই নহয়, জীৱনটোও কাঢ়ি ল’ব বিচাৰে। উন্নত চিকিৎসাৰ অভাৱত আজিও এগৰাকী অসহায় ব্যক্তিয়ে মৃত্যুৰ সৈতে যুঁজি আছে। এই হৃদয়বিদাৰক ঘটনাটো কমলপুৰ সমষ্টিৰ […]

BP NEWS Live
Logo Tuesday, 20 October 2026
Login / Register