তেজপুৰত ঐতিহ্য সংৰক্ষণ, ‘স্মাৰ্ট চিটি’ আন্তঃগাঁথনি আৰু যান-জঁট মুক্ত কৰাৰ বৃহৎ পদক্ষেপ

​অসমৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত তেজপুৰ চহৰৰ ঐতিহাসিক গৰিমা অক্ষুণ্ণ ৰখাৰ পাশাপাশি চহৰখনক এক আধুনিক তথা সুসংগঠিত চহৰ হিচাপে গঢ়ি তোলাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসন […]

তেজপুৰত বিহু শিল্পী সংস্থা অসমৰ শোণিতপুৰ জিলা সমিতি আৰু তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত বান সাহায্য সংগ্ৰহ

৩০ জুলাই: ‘মানুহে মানুহৰ বাবে’ শ্লগানৰে দুদিন ধৰি বিহু শিল্পী সংস্থা অসমৰ শোণিতপুৰ জিলা সমিতি আৰু তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত উজনি অসমৰ বান পিড়ীত লোকসকলৰ […]

বানাক্ৰান্ত শিক্ষাৰ্থীসকলৰ বাবে চৰকাৰৰ বিশেষ সাহায্য আৰু ডুপ্লিকেট নথিপত্ৰ প্ৰদানৰ সিদ্ধান্ত

​অসমত প্ৰতি বছৰে অহা প্ৰলয়ংকাৰী বানে ৰাজ্যখনৰ আৰ্থ-সামাজিক ব্যৱস্থাত ব্যাপক প্ৰভাৱ পেলায়। ঘৰ-বাৰী, খেতি-বাতি ধ্বংস হোৱাৰ লগতে সহস্ৰাধিক পৰিয়াল গৃহহীন হৈ পৰে। এই দুৰ্যোগৰ আটাইতকৈ […]

প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰ জে’ল, ১০ কোটি পৰ্যন্ত ভৰিব লাগিব জৰিমণা

বৰ্তমান সময়ত দেশৰ বিভিন্ন ৰাজ্যত ধাৰাবাহিকভাৱে হৈ থকা প্ৰশ্নকাকত ফাদিলৰ ঘটনাই লাখ লাখ নিবনুৱা যুৱক-যুৱতীৰ ভৱিষ্যত আন্ধাৰলৈ ঠেলি দিছে। ছাত্ৰ-ছাত্ৰীসকলে বছৰ বছৰ ধৰি কৰা কষ্ট […]

৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত এবিভিপিৰ উদ্যোগত অধ্যক্ষক সম্বৰ্ধনা, প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় গিৰিধৰ শৰ্মাদেৱক শ্ৰদ্ধাৰে স্মৰণ

গুৱাহাটী, ২৯ জুলাই: অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক সুকীয়া আৰু গৌৰৱময় পৰিচয় বহন কৰি অহা আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ে আজি গৌৰৱোজ্জ্বল ৬৮টা বছৰ সম্পূৰ্ণ কৰিলে। মহাবিদ্যালয়খনৰ […]

এক কৰুণ কাহিনী: মমবাতি আনিবলৈ গৈ সন্ধানহীন পিতৃৰ মৃতদেহ উদ্ধাৰ

সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হৈ পৰা এটা অত্যন্ত হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। বিদ্যুৎ নথকাৰ বাবে ঘৰৰ অন্ধকাৰ দূৰ কৰিবলৈ মমবাতি আনিবলৈ ওলাই […]

বানপানীৰ সময়ত নাজিৰাৰ যুৱকসকলৰ মানৱীয় পদক্ষেপ

অসমত সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ পৰিস্থিতিৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ দৰে শিৱসাগৰ জিলাৰ নাজিৰাৰ কেইগৰাকীমান যুৱকে মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। GEG Global […]

নিৰ্বাচনৰ সময়ত দিল্লীৰ মান্ত্ৰী সকল অসমলৈ আহে।

প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী বা আন আন কেবিনেট মান্ত্ৰী সকল প্ৰচাৰৰ বাবে অসমৰ প্ৰত্যেকটো কোণে কোণে ঘূৰি ফুৰে। কিন্তু বৰ্তমান সময়ত যেতিয়া বানে অসমৰ প্ৰতিটো অঞ্চলক ধুমুহাৰ […]

অৱশেষত ১০ দিনৰ পাছত উদ্ধাৰ হ’ল একেটা পৰিয়ালৰ শেষৰজন সদস্য টুটুমণি দুৱৰাৰ মৃতদেহ

বিশেষ সংবাদ, সোণাৰি: প্ৰকৃতিৰ তাণ্ডৱে কাঢ়ি নিলে এখন সুখী পৰিয়ালৰ সকলো হাঁহি-ফুৰ্তি। ৰাজ্যত দেখা দিয়া ভয়াৱহ বানপানীৰ ফলত সৃষ্টি হোৱা শোকাৱহ ঘটনাত একেটা পৰিয়ালৰে চাৰিগৰাকীকৈ […]

সাধু বাবাৰ অসাধু ব্যৱসায়। সাধুৰ বেশত কি ব্যৱসায় কৰে বাবাই।

বঙাইগাওঁ জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা প্ৰথম খণ্ডত আচম্বিত কোকিলা আৰক্ষীৰ অভিযান। অভয়াপুৰী সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কোকিলা প্ৰথম খণ্ডৰ […]

Latest Posts

View All

লখিমপুৰ চিয়াজুলিৰ দীৰ্ঘা মাজ গাঁওৰ প্ৰথমগৰাকী ভাৰতীয় সেনা জোৱান ৰাজেশ উপাধ্যায়ক উষ্ম আদৰণি।

প্ৰশিক্ষণ সামৰি স্বগৃহলৈ উভতি অহা দীৰ্ঘা মাজ গাঁওৰ যুৱক তথা সীমান্ত সুৰক্ষা বাহিনীৰ সৈনিক ৰাজেশ…

সমগ্ৰ অঞ্চলৰ লগতে নাজিৰা অঞ্চলতো গণেশ চতুৰ্থী উদযাপন

 ১৪, ১৫ আৰু ১৬ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে সমগ্ৰ অঞ্চলৰ লগতে নাজিৰা অঞ্চলতো ধৰ্মীয় ৰীতি-নীতি আৰু…

চুতীয়া উন্নয়ণ পৰিষদত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীত গুৱাহাটীৰ চচলত আমৰণ অনশনেৰে প্ৰতিবাদ কৰি সফল হোৱা কুণ্ডিল সেনা অসমৰ কেন্দ্ৰীয় নেতৃত্বক লখিমপুৰৰ বগীনদীত আদৰণি।

চুতীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন হোৱা চুতীয়া উন্নয়ণ পৰিষদত বিগত দিনসমূহত সংঘটিত সংঘটিত বিয়াগোম দুৰ্নীতিৰ…

নগৰবেৰাৰ টুপামাৰীত ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান  ৯৩ লাখ ৮ হাজাৰ দুইশ টকা, সোণৰ অলংকাৰ, বাহন আৰু বেংকৰ নথি পত্ৰ জব্দ

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ বৃহৎ অভিযান। জব্দ ৯৩ লাখ…

BP NEWS Live
Logo Monday, 14 September 2026
Login / Register