আজি বিয়লি ৫ বজাত ৰূপহী সমষ্টিৰ অন্তৰ্গত ফুটালজাৰ পঞ্চায়তৰ বিজেপি কাউন্সিলাৰ মলফুজা বেগম ডাঙৰীয়ানীৰ ঘৰৰ সন্মুখত এখন লোকসভা উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰো। 

আজি বিয়লি ৫ বজাত ৰূপহী সমষ্টিৰ অন্তৰ্গত ফুটালজাৰ পঞ্চায়তৰ বিজেপি কাউন্সিলাৰ মলফুজা বেগম  ঘৰৰ সন্মুখত এখন লোকসভা উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰো।

 

সভাত আমাৰ সৈতে উপস্থিত থাকে, ৰূপহী মণ্ডল সভাপতি ৰফিকুল ইছলাম  নগাঁও জিলা বিজেপিৰ সম্পাদক তুমন চৰকাৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক আনুৱাৰ হুছেইন ডাঙৰীয়া, নগাঁও অবিচি মৰ্চাৰ জিলা উপ সভাপতি ঋতুৰাজ বৰা ডাঙৰীয়া, সেই পঞ্চায়তৰ সভাপতি চুলেমান হক , সমাজকৰ্মী -প্ৰাক্তন কাউন্সিলাৰ খুৰশ্বেদ আলম , প্ৰাক্তন শিক্ষক আব্দুল আৱাল  প্ৰমুখ্য কৰি বিজেপিৰ নেতা কৰ্মী সকল। প্ৰায় হাজাৰসংখ্যক ৰাইজৰ উপস্থিতিত আমি বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা  বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনাওঁ। ৰাইজৰ সঁহাৰি দেখি আমি নিশ্চিত যে দেৱাশীষ শৰ্মা  জয় হ’ব।

 

Leave a Reply

BP NEWS Live
Logo Friday, 9 October 2026
Login / Register