আজি ৰাজ্যজুৰি শুভ উদ্বোধন হ’ল ‘অৰুণোদয় 3.0’
আজি ৰাজ্যজুৰি মাননীয় মুখ্যমন্ত্ৰী Dr. Himanta Biswa Sarma ডাঙৰীয়াই অৰুণোদয় 3.0-ৰ শুভ উদ্বোধন কৰে।
দক্ষিণ নৈনৈ গাঁও পঞ্চায়তৰ অধীনত থকা পুৰণি আৰু নতুন—উভয় হিতাধিকাৰীসকললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। চৰকাৰৰ এই জনকল্যাণমূলক আঁচনিৰ জৰিয়তে আৰ্থিক সহায় অব্যাহত থাকিব আৰু অধিক যোগ্য পৰিয়াল এই সুবিধাৰ অন্তৰ্ভুক্ত হ’ব।
সকলো হিতাধিকাৰীক শুভেচ্ছা জনাইছোঁ। চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ সুবিধা সঠিকভাৱে গ্ৰহণ কৰক আৰু আনকো এই বিষয়ে সচেতন কৰক।
