অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠান । অসমৰ ৩৫০০ টা স্থানৰ লগতে আমাৰ ৪নং উলুমগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত লুটুমাৰী চাৰিআলি আঞ্চলিক মুকলি

Oplus_16908288

অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠান ।
অসমৰ ৩৫০০ টা স্থানৰ লগতে আমাৰ ৪নং উলুমগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত লুটুমাৰী চাৰিআলি আঞ্চলিক মুকলি মঞ্চত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। মহিলা সকলক এই আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁ লোকক অৰ্থনৈতিকভাৱে সবল হোৱাত সহায় কৰাৰ বাবে অশেষ ধন্যবাদ সন্মানীয় মূখ্যমন্ত্ৰী Himanta Biswa Sarma মহোদয় 🙏

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register