জুবিন দাৰ নামত জ্বলি উঠিল আলোকৰ বন্তি

Oplus_131072

লখিমপুৰৰ লালুকৰ মেনাহা গাঁৱৰ চাৰিআলিত আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ নামত জ্বলি উঠিল আলোকৰ বন্তি! ৰাইজৰ মৰম আৰু আবেগৰ এক সুন্দৰ নিদৰ্শন, য’ত ৰাস্তাৰ ওপৰত চাকিৰে জিলিকি উঠিল “ZG”। জুবিন দাৰ প্ৰতি থকা এই অনাবিল মৰম আৰু শ্ৰদ্ধা সদায় এনেদৰেই চিৰসেউজ হৈ থাকক

Leave a Reply

BP NEWS Live
Logo Monday, 12 October 2026
Login / Register