যমুনামুখ মহাবিদ্যালয় খেল পথাৰত যমুনামুখ ক্ৰিকেট সন্থাৰ সৌজন্যত এক ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে।খেল খেলনৰ প্ৰথম পুৰস্কাৰ ট্ৰফি লগতে ২০০০০টকা কেছমানি।
দ্বিতীয় পুৰস্কাৰ ট্ৰফি লগতে ১০০০০টকা কেচমানি ।
যমুনামুখ মহাবিদ্যালয় খেল পথাৰত যমুনামুখ ক্ৰিকেট সন্থাৰ সৌজন্যত এক ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে।
