ছয়গাঁৱত ধৰ্ষণ

ছয়গাঁৱত ছাত্ৰীক ধৰ্ষণ কৰিলে ভণ্ড শিক্ষক ৰাহুল নাথে
ছয়গাঁওত চাঞ্চল্যকৰ ঘটনা শিক্ষকৰ কামনাৰ বলি হল – অষ্টম শ্ৰেণীৰ ছাত্ৰী।
পুনৰ ৰাজ্যত ধৰ্ষণ কাণ্ড দক্ষিণ কামৰূপৰ ছয়গাওঁৰ বান্দৰটাৰিত ছয়গাওঁ জাতীয় বিদ্যালয়ৰ শিক্ষক ৰাহুল নাথ উৰফে ( নিপু) য়ে ১৪ বছৰীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীক টিউচন চেণ্টাৰত, টিউচন শেষ হোৱাৰ পাছত ঝাড়ু দিয়াৰ আদেশ দি বলপূৰ্বক ভাৱে উলংগ কৰি ধৰ্ষণ কৰে । আনহাতে ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষীক পৰিয়ালবৰ্গই লম্পট শিক্ষক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
বৰ্তমান লম্পট শিক্ষক জন পলাতক অৱস্থাত আছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register