আজি পাখিমৰীয়া-জামুগুৰি মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ সৈতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক (সংগঠন) শ্ৰী জি. ৰবীন্দ্ৰ ৰাজু

আজি পাখিমৰীয়া-জামুগুৰি মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ সৈতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক (সংগঠন) শ্ৰী জি. ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হওঁ।

সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰা, বুথসমূহত জনসম্পৰ্ক বৃদ্ধি কৰা আৰু প্ৰতিগৰাকী কাৰ্যকৰ্তাক সক্ৰিয়ভাৱে নিৰ্বাচনী প্ৰস্তুতিত জড়িত কৰাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

ৰাইজৰ বিশ্বাস আৰু কাৰ্যকৰ্তাসকলৰ একাগ্ৰতাক সাৰথি কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয়ৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।

Leave a Reply

BP NEWS Live
Logo Tuesday, 15 September 2026
Login / Register